Philippines boxer

বক্সিং কিংবদন্তী মেনি পাকুয়াৱে বুধবাৰে আনুষ্ঠানিকভাৱে তেওঁৰ বক্সিং কেৰিয়াৰৰ অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। আঠ টা বিভাগৰ বিশ্ব চেম্পিয়ন আৰু ফিলিপাইনছৰ চিনেটৰে বুধবাৰে ৰিংটোৰ পৰা অৱসৰ ঘোষণা কৰে।

পাকুৱাই তেওঁৰ ২৬ বছৰীয়া, ৭২ খন যুঁজৰ কেৰিয়াৰ ৬২টা জয়, আঠটা পৰাজয় আৰু দুটা ড্ৰ ৰ সৈতে সমাপ্ত কৰে। সেই ৬২টা জয়ৰ ভিতৰত, ৩৯ খন নকআউটৰ দ্বাৰা আৰু ২৩টা সিদ্ধান্তৰ দ্বাৰা আছিল। তেওঁ ১২ টা বিশ্ব খিতাপ জিকিছিল।