Haryana Murder

নিজ পুত্ৰৰ নৃশংস হত্যাৰ বলি পিতৃ-মাতৃ, ভগ্নী আৰু আইতায়েকক। এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। বন্দুকেৰে গুলীয়াই পৰিয়ালৰ লোকক হত্যা কৰিলে এজন ২০ বছৰীয়া যুৱকে।

এই হত্যাকাণ্ডৰ পিছত সকলোৰে মনত মাথো এটা প্ৰশ্নই উদয় হৈছে। আচলতে, পৰিয়ালৰ লোকক কিয় হত্যা কৰিলে এজন কম বয়সীয়া যুৱকে!