Ambulance

কভিড-১৯ সংকটৰ প্ৰতি ইয়াৰ বিস্তত, সহানুভূতিশীল সঁহাৰিৰ অংশ হিচাপে, মহিন্দ্ৰা গ্ৰুপে আজি অসম চৰকাৰক ১৫ খন এম্বুলেন্স আৰু ১৫ টা অক্সিজেন কনচেণ্ট্ৰেটৰ দান কৰে। ইয়াৰ উদ্দেশ্য হৈছে কৰোনাভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত ৰাজ্যখনক সহায় কৰা।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাক তেওঁৰ কোম্পানীৰ উদাৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ টুইটাৰত লিখিছে,