Gaurav Gogoi.

শিৱসাগৰ জিলা কংগ্ৰেছ কাৰ্যালয়ত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ সংবাদ মেল।

‘ভোট চোৰ’ প্ৰসংগত সৰৱ সভাপতি গগৈ। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাহুল গান্ধীয়ে বিজেপি দলৰ বিৰূদ্ধে ‘ভোট চোৰ’ উত্থাপন কৰিছিল। এই অভিযোগক ভাৰতৰ নিৰ্বাচন আয়োগে গুৰুত্ব সহকাৰে লোৱাৰ সলনি বিজেপি দলৰ মুখপাত্ৰৰ দৰে কাম কৰা বুলি গগৈয়ে অভিযোগ আনে।সভাপতিগৰাকীয়ে কয় বিজেপি দলত কেৱল ‘গৰু চোৰ’ নাই,’ভোট চোৰো’ আছে।