গেৰুৱা বসন খুলি কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ,নলবাৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদনা কাৰ্যসূচী...

assam

 

বিশাল সমদলেৰে ৰাজীৱ ভৱনলৈ আদৰণি বিধায়কগৰাকীক

নলবাৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদনা কাৰ্যসূচী

যোগদান কাৰ্যসূচীত উপস্থিত ভূপেন বৰা, গৌৰৱ গগৈ

অশোক শৰ্মাসহ বহু বিজেপি কৰ্মীৰ যোগদান কংগ্ৰেছত

উল্লেখ্য যে, যোৱা ২ আগষ্টত বিজেপি ত্যাগ কৰিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে দীৰ্ঘদিনীয়া ক্ষোভ, দীৰ্ঘদিনীয়া অসন্তুষ্টি আৰু হতাশাৰ লগতে দলৰ কেইজনমান নেতাৰ অত্যাচাৰী শাসনৰ বাবে নিজে গঢ়া দলটো এৰি যোৱাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰিছিল নেতাগৰাকীয়ে। বিজেপিৰ পৰা পোৱা লাঞ্ছনাৰ বাবে দল এৰাৰ সিদ্ধান্ত লোৱা প্ৰাক্তন বিধায়কগৰাকীয়ে শুকুৰবাৰে নলবাৰীৰ ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে অশোক শৰ্মাই। 

Category