Women Cricket

ফাইনেলত দঃ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে
একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ দখল ভাৰতৰ
প্ৰথমে বেট ধৰি দঃ আফ্ৰিকাই দিছিল ৮৩ ৰানৰ টাৰ্গেট
১১ অভাৰতে ভাৰতে অতিক্ৰম কৰে নিৰ্ধাৰিত টাৰ্গেট
মালেয়ছিয়াৰ কৌলালামপুৰত অনুষ্ঠিত হৈছিল চূড়ান্ত খেল!