RTI

বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ
দিল্লীৰ পৰা গ্ৰেপ্তাৰ দুলাল বৰাক
নিজৰ কন্যাৰ বাসগৃহত আত্মগোপন কৰি আছিল বৰাই
১৮ ছেপ্টেম্বৰত AIR INDIA বিমানেৰে দিল্লীলৈ গৈছিল বৰা
বিয়লি ৪.১৫ বজাত দিল্লীলৈ গৈছিল দুলাল বৰা
দিল্লীলৈ ৰাওনা অসম আৰক্ষীৰ এটা দল
শীঘ্ৰে অসম আৰক্ষীয়ে জিম্মাত ল’ব দুলাল বৰাক
বিজেপি নেতাৰ আত্মহননৰ ঘটনাত নাম সাঙোৰ খাইছিল বৰাৰ
চুইচাইড নোটত নাম আছিল কুখ্যাত RTI কৰ্মীগৰাকীৰ