Lt Gen Rana Pratap Kalita


অৱসৰপ্ৰাপ্ত লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতাক অধ্যক্ষৰ দায়িত্ব
৭ সদস্যৰে গঠিত আয়োগৰ অধ্যক্ষ হ’ব লেঃ জেনেৰেল কলিতা
পঞ্চায়ত, পৌৰসভাক ৰাজহ বিতৰণৰ পৰামৰ্শ দিৱ আয়োগে
ৰাজ্য চৰকাৰে সংগ্ৰহ কৰা বিভিন্ন কৰৰ বিতৰণৰ পৰামৰ্শ দিব আয়োগে
পঞ্চায়ত, পৌৰসভাক কৰ প্ৰণয়নৰ ক্ষেত্ৰতো দিব পৰামৰ্শ
পঞ্চায়ত, পৌৰসভাক বিভিন্ন অনুদান সন্দৰ্ভতো আয়োগে দিব পৰামৰ্শ
পঞ্চায়ত আৰু পৌৰসভাক ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰতো দিব পৰামৰ্শ