Covid-19

আপুনি COVISHIELD ভেকচিন লৈছিল নেকি?
ক’ৰোনাৰ ভেকচিন লোৱাসকলৰ বাবে উদ্বেগজনক খবৰ
ক’ভিশ্বীল্ড ভেকচিন লোৱাসকলৰ হ’ব পাৰে হাৰ্ট এটেক
ব্ৰেইন ষ্ট্ৰক হোৱাৰ কথা স্বীকাৰ প্ৰস্তুতকাৰী কোম্পানীৰ
প্ৰস্তুতকাৰী কোম্পানী এছট্ৰাজেনেকাই স্বীকাৰ কৰিছে এই তথ্য
ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ৰ আগত স্বীকাৰ কোম্পানীটোৰ এই তথ্য
এই বাতৰিক লৈ ব্ৰিটেইনৰ সংবাদমাধ্যমত ব্যাপক চৰ্চা
ক’ভিডৰ সময়ত সমগ্ৰ বিশ্বতে প্ৰেৰণ কৰা হৈছিল এইবিধ ভেকচিন
ভাৰতত একে ফৰ্মূলাৰে চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰিছিল COVISHIELD