১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

     বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা আজি বন মন্ত্ৰীয়ে পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিলে। অৱশ্যে এতিয়াও ৰাষ্ট্ৰীয় উদ্যানখন সম্পূৰ্ণ ৰূপে পৰ্যটকৰ বাবে মুকলি কৰা হোৱা নাই। মাত্ৰ তিনিটা ৰেঞ্জ হে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। পৰ্যটকসকলে বৰ্তমান উদ্যানখনত জিপ চাফাৰিহে কৰিব পাৰা যাব।

     ৰাষ্ট্ৰীয় উদ্যানখন মুকলি অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষ।

    আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানখন ইতিমধ্যে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।

Category
Profile picture for user UB Photos