
জোনমণি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য॥ দেহৰ ভিন্ন স্থানত আঘাত পাইছিল জোনমণিয়ে॥জোনমণি ৰাভাৰ মূৰৰ পিছ অংশতহে গুৰুতৰ আছিল আঘাত৷

আঘাতৰ বাবে প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল জোনমণিৰ৷ আঁঠু, ভৰি, কিলাকুটি আৰু কপালৰ লগতে তলপেটতো আঘাতৰ চিন স্পষ্ট৷

পিঠি, বহু স্থানত কামিহাড় ভঙাৰ তথ্যও স্পষ্ট হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত৷
Category
- Log in to post comments