
পুনৰ গুৱাহাটী আৰক্ষীৰ জালত ভিক্টৰ দাস। মাৰপিটৰ গোচৰত আটক বিতৰ্কিত ভিক্টৰ দাস। পল্টনবজাৰ আৰক্ষীয়ে আটক কৰিছে ভিক্টৰক। লাচিত নগৰৰ এটা শৈক্ষিক প্ৰতিষ্ঠানত মাৰপিটত লিপ্ত হৈছিল ভিক্টৰ । ২জনকৈ লোকক প্ৰহাৰৰ অভিযোগ ভিক্টৰৰ বিৰুদ্ধে। মাৰপিটৰ লগতে প্ৰতিষ্ঠানটোৰ কম্পিউটাৰসহ আচবাব ভঙাৰো অভিযোগ। বৰ্তমান পল্টনবজাৰ থানাত আছে ভিক্টৰ দাস।
Category
- Log in to post comments