শিক্ষাৰ্থীলৈ ভাল খবৰ! ৰাজ্যত নিৰ্মাণ হ'ব ৪০ খনকৈ মহাবিদ্যালয়

CM

শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব ৰাজ্য চৰকাৰৰ। অসমৰ হাইস্কুল সমূহৰ হব আধুনিক ৰূপ। ৰাজ্যত নিৰ্মাণ হ'ব প্ৰায় ৪০ খন মহাবিদ্যালয়।নিৰ্মাণ হ'ব ৫ খন  সৈনিক স্কুল। এই বছৰৰ পৰা হ'ব ৪ বছৰীয়া Integrated Degree পাঠ্যক্ৰম। আগষ্ট ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ব মহাবিদ্যালয় সমূহ বিশ্ববিদ্যালয়ৰ হোৱাৰ কাম। সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

Category
Profile picture for user UB Photos