UB Photos April 06 / 2023 ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ। আজিৰ পৰা মাৰ্চ মাহৰ দৰমহা লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে। লাভ কৰিব অতিৰিক্ত ৪% মৰগীয়া বানচ। মোকলাই দিয়া হৈছে ৩ মাহৰ ৪ শতাংশ বকেয়া। কোষাগাৰলৈ দৰমহা মুকলিৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। এক বিবৃতিযোগে সদৰী কৰে ৰাজ্য চৰকাৰে। Category News Tags UB Photos UB News Assam Assamese News Government Employee Log in to post comments