Government Employee

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ। আজিৰ পৰা মাৰ্চ মাহৰ দৰমহা লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে। লাভ কৰিব অতিৰিক্ত ৪% মৰগীয়া বানচ। মোকলাই দিয়া হৈছে ৩ মাহৰ ৪ শতাংশ বকেয়া। কোষাগাৰলৈ দৰমহা মুকলিৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। এক বিবৃতিযোগে সদৰী কৰে ৰাজ্য চৰকাৰে।