সমূহীয়াকৈ বিহু নাচি অসমবাসীক ভোগালীৰ ওলগ যাঁচিলে আলফাই

ULFA

হেঁপাহৰ ভোগালীক উলহ-মালহেৰে উদযাপন কৰিছে ৰাজ্যবাসীয়ে। পাছ পৰি ৰোৱা নাই সংযুক্ত মুক্ত বাহিনীও( আলফা)

1

এটা ভিডিঅৰ জৰিয়তে অসমবাসীক শুভেচ্ছা জনাইছে আলফাৰ সদস্য সকলে।

2

ভিডিঅটোত আলফাৰ সদস্যসকলে মেজি জ্বলাই বিহু নচা দেখা গৈছে।

Category
Profile picture for user UB Photos