প্ৰেমৰ প্ৰত্যাখ্যানৰ ভয়ংকৰ পৰিণতি! প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই চুৰিৰে হানি-খুচি হত্যা যুৱতীক

Love

বাংগালুৰুত নৃশংস ঘটনা! প্ৰেছিডেন্সি ইউনিভাৰ্চিটিত এগৰাকী ১৯ বছৰীয়া কিশোৰীক হত্যা এজন যুৱকৰ। তদন্ত অনুসৰি লায়েস্মিতা নামৰ এগৰাকী কিশোৰীক পৱন কল্যান নামৰ এজন যুৱকে প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছিল লায়েস্মিতাই আৰু পৰিণতিত পৱনে চুৰিৰে হানি-খুচি হত্যা কৰিলে লায়েস্মিতাক। আৰু তাৰ পিছত আত্মহত্যাৰ চেষ্টা পৱনৰ। ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Category
Profile picture for user UB Photos