
আজি ঘোষণা হ'ব সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফল। সাহিত্য সভাৰ ৭৮৪ টা শাখাই অংশ লৈছিল এই নিৰ্বাচনত। ভাগ্য নিৰ্ণয় হ'ব সভাপতি পদৰ ৬ প্ৰাৰ্থীৰ। সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে হৈছিল নিৰ্বাচন। ইতিমধ্যে ১২ বজাৰ পৰা নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰম্ভ হৈছে ভোটগণনা।
Category
- Log in to post comments