স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে! প্ৰতিমাহে প্ৰদান কৰিব ১০০০ টকা

Himanta Biswa Sharma

স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰীক ১০০০কৈ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীৰ। এইক্ষেত্ৰত দুমাহ শিক্ষানুষ্ঠান বন্ধ থকা বাবে ১০ মাহত দহ হাজাৰ টকা প্ৰদান কৰিব। সকলো ছাত্ৰীকে এই সুবিধা লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাই তেওঁ, এই সম্পৰ্কত শীঘ্ৰে এটা নতুন প'ৰ্টেল প্ৰস্তুত কৰাৰ বিষয়ে জনায় মুখ্যমন্ত্ৰীয়ে।

 

Category
Profile picture for user UB Photos