মহিলাৰ বধ্যভূমিলৈ ৰূপান্তৰিত দিল্লী! এইবাৰ কন্যাক হত্যা কৰি মথুৰাত পেলালে পিতৃয়ে

Delhi Murder

অপৰাধৰ স্থলী হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী। মহিলাৰ বাবে বধ্যভূমিলৈ ৰূপান্তৰিত হৈছে দিল্লী। এতিয়াও দেশবাসীক কঁপাই তুলে শ্ৰদ্ধাৰ হত্যাকাণ্ডই। আৰু এতিয়া পুনৰ দিল্লীত সংঘটিত হ'ল গা কঁপি উঠা কাণ্ড। এইবাৰ নিজ পিতৃয়েই হত্যা কৰিলে কন্যাক। হত্যা কৰাৰ পিছত মৃতদেহটো এটা ৰঙা ট্ৰলী বেগত ভৰাই মথুৰা জিলাৰ যমুনা এক্সপ্ৰেছৱে'ৰ কাষত পেলাই থৈ আহে। মৃতদেহ উদ্ধাৰ হোৱা যুৱতী গৰাকীৰ নাম হৈছে আয়ুশী যাদৱ বয়স ২১ বছৰ। জানিব পৰা মতে অনাৰ কিলিঙৰ আশ্ৰয় লৈ আয়ুশীক হত্যা কৰে পিতৃয়ে। 

Category
Profile picture for user UB Photos