
অসমত এতিয়া ভয়াৱহ ৰূপ লৈছে ডেংগুৱে। কাৰ্বিআংলং জিলাৰ ডিফুত ডেংগুৱে লৈছে ভয়ংকৰ ৰূপ। যাৰ ফলত সোমবাৰৰ পৰা পাঁচ দিনৰ বাবে জিলাখনৰ সকলো স্কুল-কলেজ বন্ধ কৰি দিছে । ডিফুৰ পাছতেই ৰাজ্যৰ ১৩ খন জিলালৈ বিয়পিছে ডেংগুৰ সংহাৰ। বিগত ৬ টা দিনতে ৰাজ্যত নতুনকৈ ডেংগুত আক্ৰান্ত হৈছে। কাৰ্বি পাহাৰৰ পাছতেই কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে ৩৬৯ জন লোক। ইয়াৰ ভিতৰত কাৰ্বি আংলং জিলাত সৰ্বাধিক ৩৪৪ জন লোক ডেংগুত আক্ৰান্ত হৈছে। কাৰ্বি পাহাৰৰ পাছতেই কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১ জন লোক।
Category
- Log in to post comments