
পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত পৰিল এজন।
মৈৰাবাৰীৰ হাতীমৰীয়া এম ভি স্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ। উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰকৰ দলে।
উল্লেখ্য় যে, ধৃত প্ৰধান শিক্ষকজনৰ নাম দিদাৰুল ইছলাম। ছাৰ্ভিচ শ্বিট আৰু এলপিচিৰ নামত দাবী কৰা ধন লওঁতেই গ্ৰেপ্তাৰ হয় প্ৰধান শিক্ষকজন।
Category
- Log in to post comments