
স্বাধীনতা দিৱসৰ পূৰ্বে ভয়ংকৰ কূটাঘাত l আছাম ৰাইফলছৰ শিবিৰত আক্ৰমণ l নতুনকৈ স্থাপন কৰা শিবিৰত আক্ৰমণ আলফা, NSCNৰ l
তিনিচুকীয়াৰ ভাৰত-ম্যানমাৰ সীমান্তত প্ৰচণ্ড গুলীয়াগুলী l সেনা শিবিৰত মৰ্টাৰেৰে আক্ৰমণ আলফা-NSCNৰ l পুৱতি নিশা ২.৩০ বজাৰ পৰা প্ৰচণ্ড গুলীয়াগুলী l পুৱা ৫ বজালৈকে সংঘটিত হয় গুলীয়াগুলী l
আনহাতে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় দুখনকৈ এম্বুলেঞ্চ l
Category
- Log in to post comments