মহানগৰীত পুনৰ জঘন্য ঘটনা! ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী

Crime

 

▶️ ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ১২ বছৰীয়া কিশোৰী

▶️ বামুণীমৈদাম ৰে'লৱে কলনীৰ বাসিন্দা অভিযুক্ত ৰতন দত্ত

▶️ দীৰ্ঘদিন ধৰি ৰতন দত্তই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ

▶️ বীৰাংগনা মহিলা সমিতিৰ অনুসন্ধানত পোহৰলৈ আহিল ঘটনাটো

▶️ মহিলা সমিতিক মেনেজ কৰাৰ চেষ্টা কৰিছিল অভিযুক্ত ৰতন দত্তই

▶️ ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষী থানাত দাখিল অভিযোগ

Category
Profile picture for user UB Photos