ছ’চিয়েল মিডিয়া আপলোড নকৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল!! ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ছেবাৰ…

Results in Social Media

আজি ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

পুৱা ১০বজাত প্ৰকাশ পাব ফলাফল

ছ’চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ছেবাৰ

আগতীয়াকৈ ফলাফল ঘোষণা কৰাসকলৰ ওপৰত চোকা নজৰ

ছেবাৰ IT ছেলে নিৰীক্ষণ কৰিছে সকলো দিশ

আৰক্ষীত অভিযোগ দাখিল কৰিব ছেবাই

বহুতে ভুল তথ্য আপলোড কৰিছে সামাজিক মাধ্যমত

বিষয়োটক গুৰুত্ব সহকাৰে লৈছে ছেবাই

Category
Profile picture for user UB Photos