১০ বজাৰ লগে লগে ঘোষণা কৰা হ’ব মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল! আপুনি জানিব লগীয়া সকলো কথা…

Exam Results

আজি পুৱা ১০ বজাত ঘোষণা কৰা হ’ব মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত ঘোষণা কৰা হ’ব ফলাফলসমূহ। মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত উপলব্ধ হ’ব ফলাফল। ইয়াৰ উপৰি নিজ নিজ স্কুলত পৰীক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব ফলাফলসমূহ।

ফলাফল ঘোষণা হ’বলগীয়া ৱেবছাইট সমূহ হৈছে-

results.sebaonline.org
resultsassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
www.assamonline.in
exametc.com
www.schools9.com
https://iresults.net
asssamjobalerts.com
assamresults.in
necareer.com
www.jagaranjosh.com
www.vidyavision.com

লগতে SEBA Results, 2022 মোবাইল এপত উপলব্ধ হ’ব ফলাফল।

Category
Profile picture for user UB Photos