ATMৰ পৰা টকা উলিয়াওতে সাৱধান হওঁক, দুষ্টচক্ৰৰ বলি হ'ব পাৰে আপুনিও!

ATM Card

 

◼️ ATMৰ পৰা টকা উলিয়াওতে সাৱধান হওঁক আপুনি 

 

◼️ ATMৰ পৰা টকা উলিয়াবলৈ গৈ সর্বসান্ত্ৰ হব পাৰে আপুনি 

 

◼️ ATMত অচিনাকি লোকক আপোনাৰ ATM Card ৰ পৰা ধন উলিয়াবলৈ দিয়ে নিকি আপুনি 

 

◼️ ATMত অচিনাকি লোকক আপোনাৰ ATM কাৰ্ডখন দিয়াৰ আগতে ১০০ বাৰ ভাৱক 

 

◼️ ATMত অচিনাকি লোকক ধন উলিয়াবলৈ দি বিপদত গুৱাহাটীৰ একাংশ প্রাপ্ত বয়স্কৰ লোক 

 

◼️ ATMৰ পৰা ধন উলিয়াই দিয়াৰ উজুহাতত এটা দুষ্ট চক্ৰই সলনি কৰি নিয়ে ATM 

 

◼️ ATM সলনি কৰি একাউণ্টৰ পৰা লুটি লৈ যায় সকলো ধন । 

 

◼️ তিনি চাৰি গৰাকীৰ যুৱক যুৱতীৰ দলে গুৱাহাটী মহানগৰীত সংহতিত কৰি আহিছে সন্ত্ৰাসৰ।

Category
Profile picture for user UB Photos