হাতীগাওঁস্থিত হোটেল গংগা নিৱাসত অভিযান গুৱাহাটী পৌৰ নিগমৰ!

Hatigaon Hotel

 

◼️ গুৱাহাটীৰ হাতীগাওঁ লখিমীনগৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান।

◼️ হোটেল গংগা নিৱাসত অভিযান গুৱাহাটী পৌৰ নিগমৰ ৷

◼️ মাৰ্চৰ ১০ তাৰিখৰ পৰা চলি আছে হোটেল খন।

◼️ হোটেলখনত অসামাজিক কাৰ্য চলাৰ অভিযোগ স্থানীয় লোকৰ।

◼️ হোটেলখনৰ চিৰিট বহিয়ে যুৱক যুৱতীয়ে সূৰাপান কৰাৰো অভিযোগ ৷

◼️ একেটা অট্টালিকাতে আছে আৱাসিক পৰিয়াল আৰু OYO হোটেলখন।

◼️ প্ৰথম মহলাটোত মাত্ৰ ৫ টা কোঠালীত চলে OYO হোটেলখন।

◼️ দ্বিতীয় মহলাত আছে কেইবাটাও পৰিয়াল ৷

◼️ আজিৰ অভিযানত গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা জাননী দিয়ে হোটেল খনক।

◼️ পৰৱৰ্তী সময়ত নথি পত্ৰ তথা আন আন অভিযোগ সমূহ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Category
Profile picture for user UB Photos