কৰ্ভিড সামগ্ৰী যোগানৰ সৈতে জড়িত নহয় মুখ্যমন্ত্ৰীৰ পৰিয়াল
মুখ্যমন্ত্ৰীৰ পৰিয়ালে এটকাও লোৱা নাই PPE কিটৰ নামত
PPE কিট বিতর্কক লৈ মন্ত্ৰী পীযূষ হাজৰিকাৰ স্পষ্টীকৰণ
ক’ভিডৰ সময়ত ৩৫ খন ফার্মক PPE কিট যোগানৰ অনুমোদন দিছিলো
সেই সময়ত ছেনিটাইজাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান নাছিল
মাত্র এক-দুই প্রতিষ্ঠানে প্ৰস্তুত কৰিছিল ছেনিটাইজা
তেওঁলোকৰ পৰাই ক্ৰয় কৰা হৈছিল ছেনিটাইজাৰ
৯ খন ফাৰ্মক ছেনিটাইজাৰ যোগানৰ ঠিকা দিয়া হৈছিল।
Category
- Log in to post comments