বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত অপৰাধীৰ সন্তানক লৈ চিন্তিত অসম আৰক্ষী...

assam police takes a good step to take care of 6 minors of batadrava's perpetrators

সৰ্বসাধাৰণৰ সুৰক্ষা অসম আৰক্ষীৰ প্ৰধান কৰ্তব্য। বটদ্ৰৱা কাণ্ডৰ সৈতে জড়িত থকা অপৰাধীৰ সন্তানক লৈও চিন্তিত অসম আৰক্ষী। নাবালকসকলৰ সুৰক্ষাক লৈ সচেতন অসম আৰক্ষী।

 

বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া কাণ্ডত জড়িত থকা অপৰাধীৰ ৬গৰাকী নাবালিকাক লৈ অসম আৰক্ষীৰ বিশেষ ব্যৱস্থা গ্ৰহণ। বটদ্ৰৱা থানা জ্বলোৱা গোচৰৰ অপৰাধীৰ প্ৰায় ৬টা সৰু ল’ৰা-ছোৱালীৰ যত্ন ল'বলৈ অসম আৰক্ষীৰ তৎপৰতা।

 

জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে কথা পাতি শিশুসকলক চৰকাৰী আশ্ৰয় গৃহত নিৰাপদভাৱে ৰখাৰ লগতে ভালদৰে চোৱা-চিতা কৰাৰো সিদ্ধান্ত গ্ৰহণ DGP ভাস্কৰজ্যোতি মহন্তৰ।

Category
Profile picture for user UB Photos