মহানগৰীত পুনৰ জঘন্য ঘটনা! গাৰ্লছ হোষ্টেলতে বলাৎকাৰ যুৱতীক

Girl Rape

◾ মহানগৰীত বশিষ্ঠত জঘন্য কাণ্ড

◾ গাৰ্লছ হোষ্টেলৰ ৬নং কোঠাত বলাৎকাৰ যুৱতীক

◾ প্ৰথমে সুন্দৰীৰ সৈতে সুৰাৰ পাৰ্টি, তাৰ পিছতে এই জঘন্য ঘটনা

◾ লালমাটিৰ বিচু নামৰ যুৱকজনৰ বিৰুদ্ধে বলাৎকাৰৰ অভিযোগ

◾ ৰামদিয়াৰ যুৱতীক হোষ্টেলৰ কোঠাত চলালে যৌন আতিশায্য

◾ ১ মে’ সংঘটিত হৈছিল এই জঘন্য ঘটনা

◾ ২মে’ত ঘটনা সন্দৰ্ভত হাজো থানাত অভিযোগ দাখিল ভুক্তভোগীৰ

◾ বশিষ্ঠ আৰু হাজো থানাৰ অভিযানত আটক অভিযুক্তক

◾ অভিযান চলালে বশিষ্ঠ মন্দিৰৰ সমীপত থকা গাৰ্লছ হোষ্টেলত

◾ প্ৰতিদিনে বন্ধ কোঠাত অসামাজিক কাৰ্যকলাপ চলাৰ অভিযোগ

◾ তিলক তালুকদাৰৰ নেতৃত্বত অসামাজিক কাৰ্যকলাপ চলাৰ অভিযোগ

Category
Profile picture for user UB Photos