পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ! নিহত কয়লা মাফিয়া

পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ! নিহত কয়লা মাফিয়া

◾হাইলাকান্দিত আৰক্ষীৰ এনকাউণ্টাৰ

◾নিহত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী

◾শনিবাৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল আব্দুল

◾স্বাস্থ্যপৰীক্ষাৰবাবেলৈগৈছিলহাস্পতাললৈ

◾বদৰপুৰ চিকিৎসালয়ৰ পৰা পলায়ন কৰিছিল আব্দুলে

◾পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত আব্দুল আহাদ

◾শনিবাৰে সুতাৰকান্দিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আব্দুলক

Category
Profile picture for user UB Photos