আজি চাৰি বহাগ, এই বিহুৰ পঞ্চম দিনটোতে পালন কৰা হয় নাঙল বিহু৷ কৃষি প্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষি সামগ্ৰী বোৰৰ নামত উৎসৰ্গিত নাঙল বিহু৷
নাঙল বিহুৰ তাৎপৰ্য হ’ল ব’হাগ বিহুৰ ৰং-ৰহইচৰ অন্তত কৃষক সমাজ পথাৰত নামি নাঙলৰ ওচৰত চাকি বন্তি জ্বলাই পালন কৰা হয় এই বিহুটি৷ কৃষিজীৱি ৰাইজে কৃষি কৰ্মক ব্যৱহৃত নাঙল, যুৱলি, গামোছা আদি সামগ্ৰী সমুহৰ ওচৰত সেৱা কৰি প্ৰাথনা কৰা দেখা যায়৷ নাঙল ,যুৱলি ,জাপি ,গামোছা আদি সামগ্ৰী সমুহৰ ওচৰত সেৱা কৰি প্ৰাথনা কৰা দেখা যায়৷
Category
- Log in to post comments