যাত্ৰাপথতে পাহাৰত আবদ্ধ ৰ’পৱেৰ ট্ৰলী, পৰ্যটকৰ মাজত হাহাকাৰ…

Jharkhand

ঝাৰখণ্ডৰ দেওঘৰ ত্ৰিকুট পাহাৰত অঘটন। যাত্ৰাপথতে আৱদ্ধ হৈ পৰিল যাত্ৰীবাহী ৰ’পৱেৰ ট্ৰলী। দেওবাৰে বিয়লি ৪ বজাত সংঘটিত হয় এই ঘটনা।

ত্ৰিকুট পাহাৰৰ বাবা বৈদ্যনাথ মন্দিৰৰ দিশে একে সময়তে ২৫খন ট্ৰলী গৈ থকাৰ সময়তে বোজা বৃদ্ধি পোৱাৰ ফলত ভাগি যায় ৰ’পৱেৰ ৰোলাৰ। ফলস্বৰূপে পাহাৰত খুন্দা মাৰে ৰ’পৱেৰ তিনিখন ট্ৰলীয়ে। এই সংঘৰ্ষৰ ফলত সৰি পৰে দুখনকৈ ট্ৰলী। ট্ৰলীত থকা ১২জন পৰ্যটক গুৰুতৰভাৱে আহত হোৱাৰ পৰিৱৰ্তে ২জন লোকে মৃত্যুক সাবটি লয়। আনহাতে, ৰ’পৱেত আহি থকা আনকেইখন ট্ৰলী আধাবাটতে আবদ্ধ হৈ পৰে।

ropeway

Category
Profile picture for user UB Photos