হোটেল পেৰাডাইছ ইনত যুৱকৰ ৰহস্য জনক মৃত্যু!

Crime scene

◼ হাটীগাঁওস্থিত হোটেল পেৰাডাইছ ইনত যুৱকৰ ৰহস্য জনক মৃত্যু। 
◼ নিশাৰ ভাগত তিনিজন যুৱক আহিছিল হোটেল খনত।  
◼ যুৱতীৰ সন্ধানত আহিছিল যুৱক তিনিজন । 
◼ দালাল চক্ৰৰ প্ৰলোভনত যুৱতীৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল যুৱক কেইজন। 
◼ প্ৰথমে বাৰত পাৰ্টি তাৰ পিছতেই হোটেলৰ কোঠাত চলিছিল যুৱতীৰ সৈতে পাৰ্টি ।
◼ প্ৰতিজন যুৱকৰ লগত আছিল এগৰাকীকৈ যুৱতী। 
◼ নিশা হোটেলৰ ১০৮নম্বৰ কোঠাত মৃত্যু হোৱা যুবক জনৰ নাম ধ্ৰুৱজ্যোতি ডেকা। 
◼ ফাইনেন্স কোম্পানীত কৰ্মৰত আছিল যুৱজন।

Category
Profile picture for user UB Photos