আজিৰে পৰা আৰম্ভ HS ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাও! কোন শাখাত কিমান গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব?

HS

◾আজিৰে পৰা আৰম্ভ HS ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাও

◾অৱতীৰ্ণ হ’ব ২ লাখ ১৫ হাজাৰ ২২গৰাকী পৰীক্ষাৰ্থী

◾কলা শাখাত ১,৬৪,২১৯ শিক্ষাৰ্থী

◾বিজ্ঞান শাখাত ৩৪,৪০১ শিক্ষাৰ্থী

◾বাণিজ্য শাখাত ১৫,৫৮১ শিক্ষাৰ্থী

◾ভোকেচনেলত ৮২১গৰাকী পৰীক্ষাৰ্থী

◾৭৯৬টা পৰীক্ষা কেন্দ্ৰত হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষা

Category
Profile picture for user UB Photos