মন্ত্ৰীবৃন্দৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাব ‘The Kashmir Files’

The Kashmir Files

চিনেমা চাবলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্রীবৃন্দক লগত লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাব The Kashmir Files। 

উল্লেখ্য় যে, ১৫ মার্চৰ দিনা সন্ধিয়া ৬ বজাত খ্ৰীষ্টানবস্তিৰ চিটি চেন্টাৰত পি ভি আৰ চিনেমা হলত মুখ্যমন্ত্ৰীয়ে চাব চিনেমাখন। 

himanta biswa sarma

৯০ৰ দশকত কাশ্মীৰী পণ্ডিতৰ ওপৰত চলোৱা হত্যালীলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই চিনেমাখন। বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা চলচিত্ৰখনত অভিনয় কৰিছে অনুপম খেৰ আৰু মিথুন চক্ৰৱৰ্তীয়েও।

Category
Profile picture for user UB Photos