উত্তৰ গুৱাহাটীত শোকাৱহ পথ দুৰ্ঘটনা; দুৰ্ঘটনাত থিতাতে নিহত এজন

Road Accident

 

◼️ উত্তৰ গুৱাহাটীৰ জয়গুৰুত শোকাৱহ পথ দুৰ্ঘটনা

◼️ নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকে মহটিয়ালে টেম্প’ক

◼️দুৰ্ঘটনাত থিতাতে নিহত এজন

◼️নিহত লোকজন ওদালগুৰিৰ হৰিশিঙাৰ ৰবীন দাস

◼️নিহত ৰবীন দাস শুৱালকুছিত তাঁতশালৰ শিপিনী আছিন

◼️দুৰ্ঘটনাগ্ৰস্ত টেম্প’খনৰ নম্বৰ AS-01GC-6572

◼️ট্ৰাকখনৰ নম্বৰ AS-01FC-2507

◼️গুৰুতৰভাৱে আহত দাসৰ পত্নী, কন্যাক চিকিৎসালয়ত ভৰ্তি

Category
Profile picture for user UB Photos