তিনিদিনৰ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ সচিবালয়ৰ ঘোচখোৰ সীমা দেৱী

Bribe

তিনিদিনৰ দুৰ্নীতি নিবাৰক শাখাৰ জিম্মালৈ সীমা দেৱী আৰু ৰবীন সিং থাপা

৪০০০ টকাৰ ঘোচ লৈ হাতে-লোটে ধৰা পৰিছিল সীমা দেৱী

দৰমহাৰ ফাইল মুকলিৰ বাবে সীমা দেৱীয়ে বিচাৰিছিল ধন

মঙলবাৰে জিলা ও সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হৈছিল দুয়োকে

শীঘ্ৰেই জালত পৰিব পাৰে সচিবালয়ৰ ঘোচখোৰ বিষয়া

Category
Profile picture for user UB Photos