বকোত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত এজন

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা! নিহত এজন

বকো হাহিম বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে বাইক আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মেদেলচন চাংমা নামৰ এজন লোক। দুৰ্ঘটনা সংঘটিত কৰিয়ে চাৰিচকীয়া বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS-01AK-5829 বুলি জানিব পৰা গৈছে। আহত মেদেলচন চাংমাক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছিল যদিও ইতিমধ্যে মৃত্যু হৈছে লোকজনৰ।

Category
Profile picture for user UB Photos