আলফা (স্বা)ত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ জালত সাতজনকৈ যুৱক

আলফা (স্বা)ত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ জালত সাতজনকৈ যুৱক

নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা)ত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল সাতজনকৈ যুৱক।

আলফা (স্বা)ত যোগদান কৰিবলৈ আহা যুৱক কেইজনৰ নাম ভাস্কৰ গগৈ, পংকজ গগৈ, প্ৰফুল্ল ফুকন, মনোৰঞ্জন দুৱৰা, সমৰজিৎ লহকৰ, বিকি ৰাজখোৱা আৰু বিতুল বৰুৱা বুলি জানিব পৰা গৈছে।  চৰাইদেউ আৰক্ষী আৰু আছাম ৰাইফলচৰ যুটীয়া অভিযানত সোণাৰিৰ জবকাত আটক হ’ল যুৱককেইজন।

অধিক তথ্যৰ বাবে সোণাৰি আৰক্ষী থানাত সুধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Category
Profile picture for user UB Photos