ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা৷

পুনৰ ধুবুৰীৰ বিলাসীপাৰাত আৰক্ষীৰ এনকাউন্টাৰ৷ শনিবাৰে সংগঠিত হয় এই এনকাউন্টাৰৰ ঘটনা৷

ধুবুৰী আৰক্ষীৰ নিৰ্দেশ আমান্য কৰি বাইকেৰে পলাই যোৱাৰ চেষ্টা  কৰা ৬জনীয়া ডকাইতৰ দ’ল এটিলে লক্ষ্য কৰি আৰক্ষীয়ে গুলিচালন কৰে৷

আৰক্ষীৰ গুলি লগাৰ লগে লগে ডকাইতৰ দলটোৰ এজন ডকাইত বাইকৰ পৰা বাগৰি পৰে৷ আৰক্ষীয়ে গুলিবিদ্ব অৱস্থাত ডকাইতকটোক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও মৃত্যু হয় ডকাইতটোৰ৷

Category
Profile picture for user UB Photos