আজি মহাকাশত দেখা যাব বছৰৰ প্ৰথমটো "ৰিং অৱ ফায়াৰ"

আজি মহাকাশত দেখা যাব বছৰৰ প্ৰথমটো "ৰিং অৱ ফায়াৰ"

#news_time_assam #SolarEclipse #Ringoffire

আজি চলিত বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ৷ ভাৰতীয় সময় অনুসৰি দিনৰ ১:৪২ মিনিটৰ পৰা সন্ধিয়া ৬:৪১ মিনিটলৈকে চলিব সূৰ্যগ্ৰহণ৷

  এইবাৰৰ সূৰ্যগ্ৰহণ "ৰিং অৱ ফায়াৰ"ৰ ৰূপত দেখা পোৱা যাব৷

 নাছাৰ তথ্য অনুসৰি কানাডা, গ্ৰীণলেণ্ড আৰু উত্তৰ ৰাছিয়াৰ লোকসকলে দেখা পাব "ৰিং অৱ ফায়াৰ"৷ তদুপৰি পূৱ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ আলাস্কা, ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ আকাশতো আংশিকভাৱে দৃশ্যমান হব সূৰ্যগ্ৰহণ৷ ভাৰতৰ আকাশতো এই "ৰিং অৱ ফায়াৰ" দেখা পোৱা যাব৷ অসমৰ ভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশত আংশিকভাৱে দৃশ্যমান হব এই সূৰ্যগ্ৰহণ ৷

Category
Profile picture for user UB Photos