জম্মুৰ বৈষ্ণোদেৱী মন্দিৰ প্ৰাংগণত ভয়াৱহ অগ্নিকাণ্ড

জম্মুৰ বৈষ্ণোদেৱী মন্দিৰ প্ৰাংগণত ভয়াৱহ অগ্নিকাণ্ড

#news_time_assam #Fire #VaishnoDevi #Complex #Damaged 

হিন্দু ধৰ্মালম্বীৰ অন্যতম পীঠস্থান জম্মুৰ বৈষ্ণোদেৱী মন্দিৰ প্ৰাংগণত ভয়াৱহ অগ্নিকাণ্ড৷ কাটৰাস্হিত কালিকা ভৱনৰ কাষত থকা কাউণ্টাৰত মঙলবাৰে হঠাতে সংঘটিত হোৱা অগ্নিকাণ্ডত কাউণ্টাৰসহ দৰবাৰ হলটো সমপূৰ্ণৰূপে জুইত জাহঁ যায়৷

   অৱশ্যে অগ্নিকাণ্ড কাষৰীয়া ঠাইলৈ সম্প্ৰসাৰিত হোৱাৰ পূৰ্বে অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়৷

Category
Profile picture for user UB Photos