ভতিজাকৰ কুঠাৰ ঘাপত প্ৰাণ গ'ল বৰদেউতাক আৰু বৰমাকৰ

jj

# ub24x7#news_time_assam
#nagaon_nonoi_murder

কৰোনা মহামাৰীৰ মাজতে নিশা নগাঁৱৰ ননৈ কুমাৰগাঁৱত নৃশংস হত্যাকাণ্ড ৷ 

ভতিজাকৰ কুঠাৰ ঘাপত প্ৰাণ গ'ল বৰদেউতাক আৰু বৰমাকৰ ৷ 

নিহত নালিয়া শইকীয়া(৯০) আৰু কণছোৱালী শইকীয়া(৮২) ।

ভূমি বিবাদৰ ফলতেই সংঘটিত হয় নৃশংস হত্যাকাণ্ডটো ৷ 

ঘটনাস্থলীত নিশাই আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ।

হত্যাকাৰী কাৰ্তিক শইকীয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

Category
Profile picture for user UB Photos