নিশাৰ মহানগৰীত পিষ্টলধাৰী যুৱকৰ টিঘিলঘিলনি।
মহানগৰীৰ দিছপুৰ আৰক্ষীৰ জালত পিষ্টলধাৰী এজন যুৱকজন।
পাঞ্জাবাৰীৰ বাঘৰবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰে কৃষ্ণ নাথ নামৰ এজন যুৱকক।
যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 9mm পিষ্টলসহ ৩ জাঁই সক্রিয় গুলী।
পিষ্টলটোৰ অনুজ্ঞাপত্র আছে নে নাই সেয়া বৰ্তমানলৈ নিশ্চিত হোৱা নাই।
নিজকে ব্যৱসায়ী বুলি দাবী কৰিছে কৃষ্ণ নাথে।
জানিব পৰা মতে, পূর্বতেও দিছপুৰ থানাত ধৃত কৃষ্ণ নাথৰ বিৰুদ্ধে ৰুজু হৈছিল বহু গোচৰ।
Category
- Log in to post comments