ৰাজধানী দিল্লীৰ ৯খন বিদ্যালয়লৈ বোমাৰ ভাবুকি।

delhi

ৰাজধানী দিল্লীৰ ৯খন বিদ্যালয়লৈ বোমাৰ ভাবুকি।

সোমবাৰে পুৱাই  ই-মেইলযোগে ৰাজধানীখনৰ আশে- পাশে থকা ৯খন বিদ্যালয়।বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়ে।

অৱশ্যে এই খবৰ প্ৰেৰণ কৰা সংস্থাৰ সবিশেষ পৰিচয় এতিয়ালৈকে লাভ কৰা নাই বুলি জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে, সোমবাৰে পুৱা ৮.৩৩ বজাত দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে লাভ কৰিছিল এই ভাবুকি ভৰা সংবাদ। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ টেণ্ডাৰ আৰু বোমা স্কোয়াডক ততাতৈয়াকৈ স্থানসমূহলৈ প্ৰেৰণ কৰে প্ৰশাসনে।

ভাবুকি দিয়া ই-মেইলটোত উল্লেখ থকা ৯খন বিদ্যালয় ক্ৰমে...

 ১.লৰেটো কনভেণ্ট স্কুল, দিল্লী কেণ্টনমেণ্ট
২.দক্ষিণ দিল্লীৰ কেম্ব্ৰিজ স্কুল, শ্ৰীনিবাসপুৰী
৩.উত্তৰ পশ্চিম দিল্লীৰ ভেংকটেশ্বৰ স্কুল, ৰোহিনী
৪.চি এম স্কুল, ৰোহিনী
৫.বাল ভাৰতী স্কুল, ৰোহিনী
৬. দক্ষিণ দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনীৰ কেম্ব্ৰিজ স্কুল
৭.দক্ষিণ দিল্লীৰ সাদিক নগৰৰ ভাৰতীয় বিদ্যালয়
৮. ডিটিএ স্কুল, আইএনএ
 

Category