৯ মাহ জোৰা মহাকাশ বন্দিত্বৰ অৱসান

sunita


পৃথিৱী অভিমুখে স্পেছ এক্সৰ ড্ৰেগণ যান
পৃথিৱীলৈ প্ৰত্যাৱৰ্তন যাত্ৰা সুনীতা উইলিয়ামছৰ
পুৱা ৮.১৫ বজাত বন্ধ হ’ল স্পেছক্ৰাফটৰ দুৱাৰ
বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত স্পৰ্শ কৰিব পৃথিবী
ফ্ল’ৰিদাৰ সাগৰপৃষ্ঠত অৱতৰণ কৰিব ড্ৰেগণ যানে
সুনীতাৰ সৈতে পৃথিৱীলৈ উভতিছে ৩ সহযোগীও
ড্ৰেগণ যানত আছে উইলম’ৰ, নিক হ’ক, আলেকজেণ্ডাৰ গৰ্ভানভ
সুনীতাৰ ওভটনি যাত্ৰাক লৈ উৎকণ্ঠিত বিশ্ববাসী
ড্ৰেগণ যানত উঠাৰ পূৰ্ৱে আৱেগিক সুনীতা উইলিয়ামছ
নাছা, ড’নাল্ড ট্ৰাম্প আৰু এলেন মাস্কক ধন্যবাদ 
ভাৰতীয়মূলৰ সুনীতাই মহাকাশলৈ নিছিল গণেশৰ মূৰ্তি
সুনীতাই লগত ৰাখিছিল গীতা আৰু উপনিষদ
 

Category