
দেশৰ ৫ জনপ্ৰিয় ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু
প্ৰিয় ইউটিউবাৰ৫ জনৰ দেশৰবিৰুদ্ধে গোচৰ ৰুজু
মুম্বাইলৈ ৰাওনা অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা দল
শীৰ্ষ বিষয়াৰ নেতৃত্বত মুম্বাইলৈ ৰাওনা ক্ৰাইম ব্ৰাঞ্চৰ দলটো
৫ ইউটিউবাৰক সোধা-পোছা কৰিবলৈ মুম্বাইলৈ ৰাওনা দলটো
অসমৰ মহিলাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিছিল ৫ ইউটিউবাৰে
ইণ্ডিয়া গট লেটেণ্টৰ কাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া
শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে পাঁচ ইউটিউবাৰ
গোচৰ ৰুজু আশীষ চাঞ্চলানি, যশপ্ৰীত সিঙৰ বিৰুদ্ধে
ৰঞ্জিত আল্লাহবাডিয়া, সময় ৰাইনাৰ বিৰুদ্ধে গোচৰ
অপূৰ্বা মাখিজাৰ বিৰুদ্ধেও ৰুজু গোচৰ
মঙলবাৰে গুৱাহাটীৰ CID কাৰ্যালয়ত হাজিৰ অভিষেক কৰ
- Log in to post comments