
ট্ৰেডিং প্ৰৱঞ্চক বিশাল ফুকনৰ জামিন মঞ্জুৰ
জামিন মঞ্জুৰ স্বপ্ননীল দাস, তাৰ্কিক বৰাৰো
গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন
অনলাইন ট্ৰেডিঙৰ গোচৰত অভিযুক্ত আছিল তিনিও
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৩ অভিযুক্ত
ট্ৰেডিঙৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠনৰ অভিযোগ
৩ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল বিশাল, স্বপ্ননীল
১১ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল চুমি বৰা, তাৰ্কিক বৰা
জামিন মঞ্জুৰ অভিজিত চান্দ, জিতেন ডেকাৰো
সময়মতে চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে আৰক্ষীয়ে
শীঘ্ৰে মুকলি আকাশৰ তললৈ বিশাল, স্বপ্ননীল, তাৰ্কিক
- Log in to post comments